সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগেৰে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ

By

Published : Oct 18, 2021, 3:20 PM IST

thumbnail

হজৰত মহম্মদ আৰু তেওঁৰ পত্নীক অশালীন মন্তব্য কৰি ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচৰাৰ অভিযোগেৰে উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ গোলাঘাট জিলা আমছুৰ । সামাজিক মাধ্যমত হজৰত মহম্মদক তুচ্ছ-তাচ্ছিল্য কৰি ইছলাম ধৰ্মীয় অনুভূতিত আঘাত হনা সত্যৰঞ্জন বৰাৰ এনে কাৰ্যক তীব্ৰ গৰিহণা গোলাঘাট জিলা আমছুৰ । উগ্ৰ হিন্দুত্ববাদী নেতাগৰাকীয়ে এনে মন্তব্য প্ৰকাশ কৰা পাচতো ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীৰ মৌনতাক লৈও প্ৰশ্ন আমছুৰ । ইতিমধ্যে গোলাঘাট সদৰ আৰক্ষী থানাত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে সংগঠনটোৱে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.