পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন : চন্দ্ৰপুৰত অচিৰেই আৰম্ভ পেৰাগ্লাইডিং

By

Published : Sep 27, 2021, 9:19 PM IST

thumbnail

বিশ্ব পৰ্যটন দিৱসৰ দিনাই ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ আহিল এক সু-খবৰ ৷ ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত নতুনকৈ সংযোজন হ'বলৈ গৈ আছে পেৰাগ্লাইডিং ৷ মহানগৰীৰ চন্দ্ৰপুৰৰ হাজংবৰীত সম্পন্ন হৈছে পেৰাগ্লাইডিঙৰ পৰীক্ষামূলক উৰণ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.