ক’ভিড প্ৰট’কল মানি বাক্সাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ত দুৰ্গা পূজা পালন

By

Published : Oct 11, 2021, 3:41 PM IST

thumbnail

সোমবাৰৰ ষষ্ঠীৰ বেদীত স্থাপন কৰা হ’ব দেৱী দুৰ্গাৰ প্ৰতিমা ৷ সোমবাৰৰ পৰা দেৱী বন্দনাৰে মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সা জিলা অন্তৰ্গত সাৰুৱাজানস্থিত পুৰাণ শ্ৰীপুৰ দেৱালয়টো ১১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰ লৈ শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱীৰ পূজা কৰা হ’ব ৷ জানিব পৰা মতে, বাক্সাৰ পুৰাণ শ্ৰীপুৰ দেৱালয়ত আহোম ৰাজত্ব কালৰে পৰা চলি আহিছে এই পূজা ভাগ ৷ এইবেলি সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি এই পূজা ভাগ আৰম্ভ কৰা হ’ব বুলি জনাইছে পূজা সমিটিৰ সভাপতি বিপিন নাৰ্জাৰীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.