নৱমীৰ নিশা ডিব্ৰুগড়তো ব্যাপক ভিৰ

By

Published : Oct 7, 2019, 9:13 PM IST

Updated : Oct 7, 2019, 11:34 PM IST

thumbnail

উজনি অসমৰ অন্যতম চহৰ ডিব্ৰুগড়ত পৰিলক্ষিত হৈছে দূৰ্গাপূজাৰ ব্যাপক উচাহ ৷ চহৰখনৰ কেইবাঠাইটো বিভিন্ন আৰ্হিত নিৰ্মাণ কৰি উলিওৱা হৈছে পূজামণ্ডপ ৷ ডিব্ৰুগড়ৰ সুভাষপল্লীৰ পূজা মণ্ডপটো নিৰ্মাণ কৰি উলিওৱা হৈছে শিক্ষা আৰু সাহিত্যৰ আৰ্হিত ৷ লগতে শিক্ষাৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীসমূহৰো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ৷ তাৰোপৰি প্লাষ্টিকৰ সামগ্ৰী বৰ্জনৰ ক্ষেত্ৰটো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে পূজা মণ্ডপটোত ৷

Last Updated : Oct 7, 2019, 11:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.