ক'ভিড পৰিস্থিতিৰ বাবে স্থগিত ২০২২ বৰ্ষৰ সদৌ অসম ভাওনা সমাৰোহ

By

Published : Jan 14, 2022, 2:26 PM IST

thumbnail

19 জানুৱাৰীৰ পৰা 15 দিনীয়াকৈ মাজুলীত অনুষ্ঠিত হ’বলগীয়া ২০২২ চনৰ ভাওনা সমাৰোহ বৰ্তমান ক'ভিড পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছে (15 days bhaona samaroh in Majuli postponed) | সংবাদ মাধ্যমৰ যোগেদি আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে সদৰা কৰে এই কথা(Aaauniaati bhaona samaroh Majuli) ৷ সম্প্ৰতি ৰাজ্যৰ ক'ভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জনালে সত্ৰাধিকাৰ গৰাকীয়ে ৷ লগতে তেওঁ জনায় যে, কভিড পৰিস্থিতি উন্নত হ'লে এই বৰ্ষৰ মাৰ্চ বা এপ্ৰিল মাহত অনুষ্ঠিত কৰা হ'ব ভাওনা সমাৰোহ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.