বিজয়ক লৈ যথেষ্ট আশাবাদী মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেশ কলিতা

By

Published : May 2, 2021, 2:31 PM IST

thumbnail

অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতে পুনৰবাৰ বিজেপিৰ চৰকাৰ গঠন হ'ব বুলি দাবী মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ । ভোট গণনা কেন্দ্ৰত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । নিজৰ বিজয়ক লৈ যথেষ্ট আশাবাদী হৈ পৰিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী কলিতা । ত্ৰিশ হাজাৰতকৈও অধিক ভোটত জয়ী হোৱাৰ দাবী ভৱেশ কলিতাৰ । এইবাৰ বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত । লগতে অনাগত কাৰ্যকালত ৰাইজে আশা কৰা ধৰণেৰে কাম কৰিব বুলিও ব‍্যক্ত কৰে ৰঙিয়াৰ বিধায়কগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.