Changes in APSC exam pattern : অসমীয়া বিষয়ৰ কাকত বাতিলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

By

Published : Nov 25, 2021, 10:37 PM IST

thumbnail

এতিয়াৰে পৰা অসম লোক সেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলক নহ’ব অসমীয়া ভাষা (Assamese languagae paper won't be compulsory in APSC) ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে ঘোষণা কৰিছে এই কথা(CM Himanta Bishwa Sarma's press meet) ৷ স্বাভাৱিকতেই ইয়াক লৈ ৰাজ্য জুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি দল সংগঠন সমূহে ইয়াক লৈ প্ৰকাশ কৰিছে সৰৱতা(AASU against excluding assamese paper in APSC) ৷ জানো আহক এই নতুন নিয়ম সম্পৰ্কত কি ক’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.