বাংলাদেশ চৰকাৰক নিজ দেশৰ নাগৰিকক সুৰক্ষা দিবলৈ আহ্বান ভৱেশ কলিতাৰ

By

Published : Oct 18, 2021, 8:35 PM IST

thumbnail

সোমবাৰে ভৱানীপুৰত একপ্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজালে ভৱেশ কলিতা সহ বিজেপিৰ কেইবাগৰাকীও নেতা কৰ্মীয়ে । ৰঙিয়া সমষ্টিতকৈ ভৱানীপুৰ সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যা কম, গতিকে মোতকৈও বেছি ভোটৰ ব্যৱধানত ফনী তালুকদাৰ জিকিব বুলিও মন্তব্য কলিতাৰ । বাংলাদেশৰ হিংসাত্মক ঘটনাক নিন্দা কৰি ভৱেশ কলিতাই কয়, ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা সকল শুই আছে । বাংলাদেশ চৰকাৰক দেশৰ নাগৰিকক সুৰক্ষা দিবলৈকো আহ্বান ভৱেশ কলিতাৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.