অসম-মিজোৰাম সীমা সংঘৰ্ষ : কৰিমগঞ্জত বৰাক বন্ধৰ প্ৰভাৱ

By

Published : Jul 28, 2021, 8:23 PM IST

thumbnail

সমগ্ৰ বৰাক উপত্যকাৰ লগতে কৰিমগঞ্জতো বৰাক বন্ধ (Barak Bandh)ৰ যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হৈছে । কাছাৰ জিলা (Cachar District)ৰ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত আৰক্ষীৰ ওপৰত বৰ্বৰোচিত আক্ৰমণৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই পালন কৰা হৈছে এই বৰাক বন্ধ কাৰ্যসূচী । বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টে (Barak Democratic Front) আহ্বান জনোৱা এই বন্ধত সকলো ৰাইজে নিজাববীয়াকৈ দোকান-পোহাৰ বন্ধ ৰাখিছে । যাৰ ফলত প্ৰায় জনশূন্য হৈ পৰিছে কৰিমগঞ্জ চহৰৰ ৰাজপথ । ইয়াৰ লগতে বহু ঠাইত ব্যাহত হৈছে যান-বাহন চলাচল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.