আৱাহন থিয়েটাৰৰ 2022-23 বৰ্ষৰ নাটৰ নাম ঘোষণা

By

Published : Nov 12, 2021, 9:59 AM IST

thumbnail

নলবাৰীত আৱাহন থিয়েটাৰ(Abahan Theatre)ৰ 2022-23 বৰ্ষৰ নাটৰ নাম ঘোষণা । লগতে মুকলি কৰা হয় প’ষ্টাৰ আৰু প্ৰমো ৷ আগন্তুক বৰ্ষত আৱাহন থিয়েটাৰ নাট্যগোষ্ঠীয়ে তিনিখনকৈ ভিন্ন ৰসৰ নাট মঞ্চস্থ কৰিব । নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ নাট তিনিখন ক্ৰমে- ‘মই নাটক কৰা ছোৱালী’, ‘অগ্নিকন্যা’ আৰু ‘লভিতা’ ৷ তিনিওখন নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰিব মোহময়ী অভিনেত্ৰী তথা আৱাহন থিয়েটাৰৰ প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে(Prastuti Parashar) ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰযোজক কৃষ্ণ ৰয়, সুৰকাৰ ও সংগীত শিল্পী অজয় ফুকনকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.