ডবকাৰ টোল গেটত পিস্তলধাৰী দুৰ্বৃত্তৰ দাদাগিৰি

By

Published : Aug 13, 2021, 6:26 PM IST

thumbnail

হোজাই জিলা ডবকাৰ টোলগেটত চাঞ্চল্যৰ ঘটনা । এগৰাকী লোকে টোলগেটৰ কৰ্মচাৰীক পিস্তল দেখুৱাই পাৰ কৰিলে নিজৰ গাড়ী । পিস্তল দেখুৱাই গুলিয়াই হত্যা কৰাৰ ভাবুকিৰ অচিনাক্ত লোকজনৰ ৷ ইয়াৰ পাচতে এতিয়া টোল কৰ্মচাৰী সকলৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ এই ভিডিঅ' সামাজিক মাধ্যমতো ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.