চাংসাৰীৰ লক্ষ্মী শিলত 500 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি লক্ষ্মীপূজা আয়োজন

By

Published : Oct 20, 2021, 8:17 PM IST

thumbnail

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা ৷ ৰাজ্যজুৰি ব্যাপক উলহ-মালহেৰে আয়োজন কৰা হৈছে লক্ষ্মীপূজা ৷ সমান্তৰালকৈ কামৰূপৰ চাংসাৰিতো লক্ষ্মীপূজাক লৈ দেখা গ’ল উখল-মাখল পৰিৱেশ ৷ চাংসাৰীৰ লক্ষ্মী শিলত পৰম্পৰাগতভাৱে প্ৰায় 500 বছৰ ধৰি লক্ষ্মীপূজা চলি অহা বুলি জনায় উদ্যোক্তাই ৷ জনবিশ্বাস অনুসৰি এই শিলটোৰ ওপৰত নিজে নিজে গজি উঠা ধানৰ বীজ ভাল হ’লে অঞ্চলটোত ধানৰ খেতি ভাল হয় ৷ সেয়েহে চাংসাৰীৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তই আহি লক্ষ্মীপূজাৰ দিনটোত এই শিলটোত পূজা-অৰ্চনা কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.