বুঢ়ীদিহিঙত ছাত্ৰ সন্ধানহীন; SDRF ৰ উদ্ধাৰ অভিযান অব্যাহত

By

Published : Sep 10, 2021, 7:04 PM IST

Updated : Sep 12, 2021, 11:24 PM IST

thumbnail

ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত খামটিঘাটৰ বুঢ়ীদিহিং নদীত ১২ বছৰীয়া ছাত্ৰ সন্ধানহীন । মাজুলীৰ শিহৰণকাৰী নাও দুৰ্ঘটনাক ৰাজ্য জুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ সময়তে বৃহস্পতিবাৰে সন্ধিয়াপৰৰ পৰা ছাত্ৰজন সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ডিব্ৰুগড়ত ৷ ল'ৰাজনে খামটিঘাট দলঙৰ ওপৰত চাইকেল এৰি নদীত জাঁপ দিয়াৰ সন্দেহ স্থানীয় লোকৰ । ছাত্ৰজনৰ নাম চৌকিডিঙ্গীৰ ৰূপলাল দত্ত পথৰ নিবাসী সিদ্ধাৰ্থ প্ৰতিম দুৱৰাৰ ১২ বছৰীয়া পুত্ৰ আয়ুষ্মান দুৱৰা । বৰ্তমান SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

Last Updated : Sep 12, 2021, 11:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.