ৰাজ্যজুৰি ‘‘অভিৰুচি ক্ৰীড়া দিৱস’’ পালন

By

Published : Sep 3, 2019, 5:01 PM IST

thumbnail

ৰাজ্যৰ ক্ৰীড়াজগতৰ বাবে আজি এক উল্লেখনীয় দিন ৷ আজি অৰ্জুন বঁটা বিজয়ী প্ৰসিদ্ধ এথলিট ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে 36 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস ৷ বিগত ৩৬ বছৰ ধৰি ৰাজ্যত উদযাপন কৰি অহা হৈছে এই অভিৰুচি ক্ৰীড়া দিৱসৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.