Wild Elephant Menace: বানৰ সমান্তৰালকৈ চলিছে বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Jul 1, 2022, 12:25 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

ৰাজ্যত বানৰ বিভীষিকাৰ সমান্তৰালকৈ অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ (Wild Elephant Menace) ৷ আজি অৰ্থাৎ শুকুৰবাৰে কলিয়াবৰৰ তিনি নম্বৰ বৰঘূলীত বনৰীয়া হাতীয়ে কাহিলী পুৱাই চলালে তাণ্ডৱ (Wild Elephant terror at kaliabor)। বানাক্ৰান্ত লোকৰ ঘৰ-বাৰী ভাঙি চুৰমাৰ কৰিলে বনৰীয়া হাতীৰ জাকটোৱে ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ বাবে অভয়াৰণ্যৰ পৰা ওলাই আহি জনাঞ্চলত থিতাপি লৈছে 4 টাকৈ হাতীৰ এটা জাকে ৷ হাতীৰ জাকটোৱে এতিয়া অঞ্চলটোত গ্ৰহণ কৰা অৱস্থানক লৈ আতংকিত হৈ পৰিছে গঁঞা ৰাইজ ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.