Abolition of Amguri constituency : আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ প্ৰতিবাদ

By

Published : Dec 31, 2022, 4:56 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ বীৰ লাচিত সেনাৰ (Veer Lachit Sena protest at Amguri)৷ শুকুৰবাৰে বীৰ লাচিত সেনাৰ আমগুৰি আঞ্চলিক সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ ১৯৫১ চনতে গঠন হোৱা ১০৩ নং আমগুৰি বিধান সভা সমষ্টি বিলুপ্তিৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বীৰ লাচিত সেনা অসম ৷ স্বাধীন ভাৰতৰ অসমত ৰাজ্যৰ প্ৰথম বিধানসভা সমষ্টিসমূহৰ লগতে গঠন হোৱা ১০৩ নং আমগুৰি বিধান সভা সমষ্টি বিলুপ্তিৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বীৰ লাচিত সেনা অসম (Abolition of Amguri constituency)। প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ(Former CM Bimala Prasad Chaliha) লগতে নেতা খগেন বৰবৰুৱাই প্ৰতিনিধিত্ব কৰা আমগুৰি সমষ্টিটোৱে বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটতো গুৰুত্বপূৰ্ণ ভূমিকা আছে । সমষ্টিটোৰ বিলুপ্তিকৰণ প্ৰক্ৰিয়াৰ ফলত আমগুৰিবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.