ULFA-I Cadre Surrenders in Arunachal: অৰুণাচল প্ৰদেশত আলফা(স্বা) কেডাৰৰ আত্মসমৰ্পণ

By

Published : Jan 6, 2023, 12:40 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

অৰুণাচল প্ৰদেশত পুনৰ আলফা (স্বা) কেডাৰৰ আত্মসমৰ্পণ (ULFA-I Cadre Surrender)৷ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনচাৰ লাজুম থানাত বিজু বাগতি(29) ওৰফে প্ৰিয়ব্ৰত অসমে আত্মসমৰ্পণ কৰে (ULFA-I Cadre Surrenders in Arunachal)৷ কেডাৰজন মৰাণৰ নাহৰণি ব্লক গাঁৱৰ কৃষ্ণ বাগতিৰ পুত্ৰ ৷ ২০১৩ চনতেই আলফা স্বাধীনত যোগদান কৰিছিল কেডাৰজনে ৷ সম্প্ৰতি তিনিচুকীয়া জিলাৰ লেখাপানী থানাত (Lekhapani police station) কেডাৰজনক সোধ পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.