Drugs seized: নলবাৰীৰ মুকালমুৱাত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক

By

Published : Nov 2, 2022, 7:41 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত আৰক্ষীৰ(Anti drugs mission of Assam police) । নলবাৰীৰ মুকালমুৱাত পুনৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে মুকালমুৱা আৰক্ষীয়ে(Drugs seized at Nalbari) । মুকালমুৱাৰ ঘৰুৱাবাহাৰ পৰা আটক ড্ৰাগছ সৰবৰাহকাৰী দুটাক(Two drugs peddler arrested in Mukalmua) । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম চাহজাহান আলী আৰু ইকবল আলী । ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৪ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, এখন দুচকীয়া বাহন আৰু এটা মোবাইল ফোন(Drugs smuggling in Nalbari) । জব্দ কৰা দুচকীয়া বাহন খনৰ নম্বৰ AS14 P 4398. উল্লেখযোগ্য যে, ড্ৰাগছ সৰবৰাহকাৰী দুটাই দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.