জনজাতিকৰণৰ দাবীত সোণাৰিত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

By

Published : Aug 30, 2022, 9:48 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সোণাৰিত টাই আহোম যুৱ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী (Protest at Sonari)। টাই আহোমসকলক জনজাতিকৰণ, স্বায়ত্ব শাসন প্ৰদান কৰা আৰু আহোম জাতি মুৰ্দাবাদ ধ্বনি দিয়া ব্যক্তিসকলক গ্ৰেপ্তাৰৰ দাবীত সংগঠনটোৰ(Tai Ahom Yuva Parishad) নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে (Tribal status of six ethnic communities of Assam)। টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজখোৱাই কয়, চৰকাৰে জনজাতিকৰণৰ নামত আভুৱা ভাৰি আছে । চৰকাৰে জনজাতিকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদ অতি ভয়ংকৰ হ'ব বুলিও সভাপতিগৰাকীয়ে সকীয়নি প্ৰদান কৰে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.