Ranveer Singh video: নগ্ন ফটোশ্বুটৰ পিছত এতিয়া ৰণবীৰৰ প্ৰশংসাত পঞ্চমুখ নেটিজেন

By

Published : Dec 13, 2022, 6:13 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

ৰিয়েল লাইফ হিৰ’ হৈ পৰিল বলীউড তাৰকা ৰণবীৰ সিং ৷ শিশু এটিক ভিৰৰ মাজৰ পৰা উলিয়াই আনি নিজৰ কোলাত তুলি ল’লে অভিনেতাজেন (Ranveer Singh news) ৷ শিশুটিক কঢ়িয়াই লৈ যোৱাৰ ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Ranveer Singh viral video) । মুম্বাইৰ উপনগৰ অঞ্চলৰ মালাড মস্তিত ৰোহিত শেট্টীৰ দ্বাৰা পৰিচালিত তেওঁৰ আহিবলগীয়া কমেডি ছবি চাৰ্কাছৰ প্ৰচাৰ কৰি থকা সময়ত এই ঘটনাটো ঘটিছিল । ৰণবীৰৰ এই দয়ালু স্বভাৱক প্ৰশংসা কৰিছে নেটিজেনে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.