Illegal Cattle Smuggling: চোৰাং গৰু গাড়ীলৈ তিনিজাঁই গুলী চালনা আৰক্ষীৰ

By

Published : Nov 10, 2022, 12:16 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক ৷ এইবাৰ অসম আৰক্ষীৰ গুলী ফুটিল লাহোৱালত ৷ বুধবাৰে নিশা লাহোৱালত গৰু চোৰৰ গাড়ীক লক্ষ্য কৰি আৰক্ষীয়ে চলালে তিনিজাঁই গুলী (Police Blank fire to Cattle Theft at Lahowal) ৷ ফলত টিংৰাই আৰক্ষীয়ে লাহোৱাল আৰক্ষীৰ সহযোগত চুৰি গাড়ীসহ দুটা গৰু চোৰ (Cattle Theft arrested) আৰু তিনিটাকৈ চোৰাংকৈ সৰবৰাহ কৰা গৰু জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জনোৱা মতে, লাহোৱাল বকুল বাইপাছত চেভ্ৰলেট গাড়ীত আনিছিল তিনিটাকৈ গৰু (Illegal Cattle Smuggling) । উল্লেখ্য যে, দুদিনৰ পুৰ্বে চাবুৱা বাইপাছত নিশা কয়লা সৰবৰাহকাৰী ট্ৰাকত গুলীচালনা কৰিছিল আৰক্ষীয়ে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.