Flood in Darrang: ননৈ নদীৰ ছিঙা মথাউৰি পৰিদৰ্শন পীযুষ হাজৰীকাৰ

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 2:06 PM IST

thumbnail

দৰং, ২৯ আগষ্ট: শেহতীয়া বানত পুনৰ ছিঙিল ননৈ নদীৰ মথাউৰি । ছিপাঝাৰৰ ননৈ নদীৰ ছিঙা মথাউৰি আদি পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই  ৷ তেওঁ বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বুধবাৰৰ পৰা ননৈ নদীৰ চিঙা মথাউৰিৰ কাম আৰম্ভ হ'ব বুলি কয় ।

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, অত্যাধুনিক প্ৰযুক্তিৰে পুনৰ নিৰ্মাণ কৰিব ননৈ নদীৰ মথাউৰিৰ চিঙা অংশ ৷ এসপ্তাহৰ ভিতৰত কাম সম্পন্ন কৰি যাতায়ত সুচল কৰা হ’ব ৷ আনহাতে, বানত ক্ষতিগ্ৰস্ত লোকসকলক নগদ ৯৪ হাজাৰকৈ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব  বুলি কয় ৷ জলসম্পদ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বন্য়াৰ্তই পাব পৰ্যাপ্ত সাহায্য় ।

লগতে পঢ়ক:Dr Prabir Kumar Bordoloi is no more : এক অজান পৃথিৱীলৈ গ’ল গৈ চিকিৎসক প্ৰবীৰ বৰদলৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.