Road Accident in Sonitpur: জামুগুৰিহাটত পথ দুৰ্ঘটনাত নিহত এজন

By

Published : Dec 7, 2022, 10:33 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

শোণিতপুৰৰ জামুগুৰিহাটৰ নিকটৱৰ্তী শান্তিপুৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে দুপৰীয়া সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা(Road Accident at National Highway) ৷ এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিয়ে ৰঞ্জিত শইকীয়া নামৰ এজন লোকক ৷ দুৰ্ঘটনাৰ পাছতে গুৰুতৰভাৱে আহত ৰঞ্জিত শইকীয়াক চিকিংসালয়লৈ নিয়া হয় যদিও চিকিংসালয়তে মৃত্যু হয় তেওঁৰ(One Dead in Road Accident in Sonitpur) ৷ জানিব পৰা মতে, নিহত ৰঞ্জিত শইকীয়াৰ ঘৰ জামুগুৰিহাটৰ পাঁচিগাঁৱত । আনহাতে দুৰ্ঘটনাটো সংঘটিত কৰাৰ পাচতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকসহ চালক(Road Accident in Sonitpur) ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.