Oil pipe leaked in Amguri: আমগুৰিত আকৌ ফুটিল তেলৰ পাইপ - আমগুৰিত আকৌ ফুটিল তেলৰ পাইপ

🎬 Watch Now: Feature Video

thumbnail
আমগুৰিত আকৌ ফুটিল তেলৰ পাইপ (undefined)

By

Published : July 8, 2023 at 4:03 PM IST

Choose ETV Bharat

আমগুৰি,৮ জুলাই: শিৱসাগৰ জিলাৰ আমগুৰি খৰাগড়ত অ'এনজিচিৰ খাৰুৱা তেল নিৰ্গমণ লৈ অঞ্চলজুৰি সৃষ্টি আতংকময় পৰিৱেশৰ । জানিবপৰামতে খৰাগড় চাৰিআলি সমীপত ONGCৰ তেল পৰিবাহী পাইপ ফুটি খাৰুৱা তেল নিৰ্গমন হৈছে । যোৱা নিশাৰে পৰা খাৰুৱা তেল নিৰ্গমনক লৈ আতংকিত হৈ উঠিছে অঞ্চলবাসী ।  

অতি দুৰ্বল খাৰুৱা তেলৰ পাইপ সংস্থাপিত কৰাৰ বাবে তেল নিৰ্গমন হোৱাৰ অভিযোগ স্থানীয় লোকৰ । বছৰেকত ২০ বাৰৰো অধিক অঞ্চলটোত খাৰুৱা তেলৰ পাইপ ফুটাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে । ঘটনাস্থলীত ONGC ৰ কৰ্মচাৰী আহি পাইপ ফুটা অংশ মেৰামতিৰ ব্যৱস্থা কৰিছে । শীঘ্ৰে ONGC ক পুৰণি পাইপৰ সলনি নতুন পাইপৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।  

লগতে পঢ়ক: Weather Warning: ধেমাজি, লখিমপুৰ, বিশ্বনাথ জিলাত আজি ‘অ’ৰেঞ্জ এলাৰ্ট’ জাৰি