Lachit divas in lakhimpur: বৰ্ণিল শোভাযাত্রাই মুখৰিত কৰিলে লখিমপুৰ

By

Published : Nov 24, 2022, 5:12 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰে বৃহস্পতিবাৰে মুখৰিত হৈ পৰে লখিমপুৰ । বিৰ দি বাট নোপোৱা অৱস্থা লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্র । হিন্দু যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় লাচিত দিৱসৰ সাংস্কৃতিক শোভাযাত্রা উপলক্ষে এই পৰিবেশৰ সৃষ্টি হয় লখিমপুৰ নগৰত (Lachit Divas of Hindu Yuva Chhatra Parishad) । অভিনেত্রী অমৃতা গগৈ, জেৰিণা বৰুৱা আৰু ডিআইডি লিটল মাষ্টাৰৰ আপুন পেগু আজি লাচিত দিৱসৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে ৷ অভিনেত্রী অমৃতা গগৈ, জেৰিণা বৰুৱাই মহাবীৰ লাচিতৰ শৌৰ্য-বীৰ্যক স্মৰণ কৰি চিৰদিনৰ বাবে তেওঁ অসমীয়াৰ সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হৈ ৰ’ব বুলি কয়(Lachit Borphukan 400th birth anniversary) ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.