Kali Puja at Rangia : জয়ন্তীপুৰ শ্মশান কালী মন্দিৰত কালী পূজা পালন

By

Published : Oct 25, 2022, 8:08 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

দীপাৱলী উপলক্ষে ৰঙিয়াৰ ঐতিহাসিক জয়ন্তীপুৰ শ্মশান কালী মন্দিৰত সমাগম হৈছে অগণন ভক্তৰ (Kali Puja celebrated at Rangia)। তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে শ্যামা পূজা আৰু দীপাৱলী (Kali Puja at Rangia) । ১১২ সংখ্য়ক এই শ্যামা পূজাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । লোকবিশ্বাস অনুসৰি শুদ্ধ অন্তৰেৰে মন্দিৰটোত প্ৰাৰ্থনা কৰিলে ভক্তসকলৰ মনোবাঞ্ছা পুৰণ হয় । সেই উদ্দেশ্য আগত ৰাখি ভক্তসকলে মন্দিৰত চাকি জ্বলায় । আনকি ধৰ্মপ্ৰাণ ৰাইজে নিজৰ মনোবাঞ্ছা সিদ্ধিৰ বাবে আগবঢ়াই হাঁহ, পাৰ, ছাগলী, কোমোৰা, কুঁহিয়াৰ আদি । প্ৰতিদিনে কেবা শতাধিক ছাগলী বলি দিয়া হৈছে শ্যামা পূজাত ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.