Elephant Attack at Kaliabor: কলিয়াবৰৰত বন্যহস্তীৰ আক্ৰমণত বনকৰ্মী আহত

By

Published : May 9, 2022, 10:33 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

কলিয়াবৰৰ শিলঘাট খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপতে ৰবৰবাৰীত সোমবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত এটা বন্যহস্তীৰ আক্ৰমণত আহত হয় বনকৰ্মী নৱ চমুৱা (Elephant Attack at Kaliabor) । কৰ্তব্যৰত অৱস্থাত শিলঘাট-কামাখ্যা বনাঞ্চলৰ পৰা ওলাই অহা বন্য হস্তীটোৱে অতৰ্কিতে আক্ৰমণ কৰে । সৌভাগ্যক্ৰমে গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পোৱা নৱ চমুৱাক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়লত ভৰ্তি কৰোৱা হয় । আনহাতে বন বিভাগ আৰু স্থানীয় লোকে হাতীটো অহাৰ পথত বাধা দিয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ'ল বুলি আক্ষেপ প্ৰকাশ কৰে ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.