Ajanta Neog Press meet: গোলাঘাটৰ সমন্বয় ক্ষেত্ৰৰ কেলেংকাৰী: মুখ খুলিলে অজন্তা নেওগে

By

Published : Nov 12, 2022, 2:18 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত হোৱা কেলেংকাৰীৰ বিষয়ে শুকুৰবাৰে মুখ খুলিলে মন্ত্ৰী অজন্তা নেওগে(Minister Ajanta neog in Golaghat) ৷ লগতে গোলাঘাটৰ CIDFপুঁজিত কেলেংকাৰী কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ তথ্যও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে(Minister Ajanta neog on Corruption) । এই সমগ্ৰ বিষয়টোত তেওঁ কোনো প্ৰকাৰে জড়িত নথকাৰ কথাও স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে । তেওঁ উন্নয়নৰ পক্ষত থাকি সদায় কাম কৰি থকাৰ কথা উল্লেখ কৰি আগলৈও এই ধাৰা অব্যাহত ৰখাৰ কথা মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.