Murder case at Tingkhong: পিতৃয়ে বাঁহৰ লাঠিৰে মৰিয়াই হত্যা কৰিলে পুত্ৰক

By

Published : Jan 9, 2023, 2:07 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

টিংখাঙত এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Murder case at Tingkhong)৷ টিংখাঙৰ দিৰৈ চাহ বাগিচাৰ তিনি নং লাইনত পিতৃ চুকৰা উৰাঙে হত্যা কৰিলে পুত্ৰ লুকু উৰাঙক (Father brutally killed son)৷ ঘটনা অনুসৰি দেওবাৰে নিশা দুয়োজনে সুৰাপান কৰি থকাৰ সময়তে কাজিয়াই চৰম ৰূপ লয় ৷ খঙত অগ্নিশৰ্মা হৈ মদপী পিতৃয়ে এডাল বাঁহৰ লাঠিৰে মৰিয়াই হত্যা কৰে পুত্ৰক ৷ পাৰিবাৰিক সংঘাতৰ পৰিণতিত এই হত্যাকাণ্ড হোৱাৰ সন্দেহ কৰে স্থানীয় লোকে (Father killed son at Tingkhong)৷ পিতা পুত্ৰৰ মাজত প্ৰায়ে কাজিয়া-পেচাল হৈ থকা বুলি মন্তব্য কৰে পিতৃয়ে (Accused father arrested by police)৷ ইতিমধ্যে বৰবাম আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পিতৃক ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.