DU ragging update: হাতত হেণ্ডকাফ লগাই ৰাহুল চেত্ৰীক চোঁচৰাই নিলে আৰক্ষীয়ে

By

Published : Dec 5, 2022, 10:34 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

অৱশেষত আত্মসমৰ্পণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীয়ে (DU Ragging Update) ৷ লেখাপানী থানাত আত্মসমৰ্পণ কৰাৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে ৰাহুল চেত্ৰীক হাতত হেণ্ডকাফ লগাই চোঁচৰাই নিলে সদৰ থানাৰ ভিতৰলৈ (Rahul Chetry Arrested) ৷ ৰাহুল চেত্ৰীক সংবাদমাধ্যমৰ মুখা-মুখি হোৱাতো বাধা প্ৰদান আৰক্ষীৰ (DU Rahul Chetry) ৷ সমান্তৰালভাৱে, থানাৰ চৌহদত সংবাদমাধ্যমৰো প্ৰৱেশ নিষিদ্ধ কৰিলে আৰক্ষীয়ে (DU ragging case prime accused) ৷ ইফালে, আত্মসমৰ্পণৰ পূৰ্বে ‘ৰেগিং কাণ্ডৰে মই জড়িত নহয়’ বুলি মন্তব্য কৰিছিল সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীয়ে ৷ প্ৰাপ্ত তথ্য আনুসৰি অৰুণাচলৰ নামচাইত এজন বন্ধুৰ ঘৰত আত্মগোপন কৰি আছিল ৰাহুল চেত্ৰীয়ে ৷ উল্লেখ্য যে, আনন্দ শৰ্মাৰ ৰেগিঙেৰে জড়িত থকাৰ অভিযোগ ৰাহুল চেত্ৰীৰ বিৰুদ্ধে (DU Anand Sarma) ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.