Gujarat Assembly Election 2022: ধনেৰে ভোট কিনিছে নেকি BJP য়ে ?

By

Published : Nov 29, 2022, 6:32 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

এটা ভাইৰেল ভিডিঅ'ই তোলপাৰ লগাইছে গুজৰাট বিধানসভা নিৰ্বাচনত(Gujarat Assembly Election 2022) । দান্তা বিধানসভা সমষ্টিত বিজেপি কৰ্মকৰ্তাসকলে সাধাৰণ ৰাইজৰ মাজত ধন বিতৰণ কৰা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য়(danta bjp workers giving money goes video viral) । উল্লেখ্য যে দুদিন পূৰ্বে, সুৰা,ধন আৰু শাৰী দিয়াৰ এটা ভিডিঅ' ভাইৰেল হৈছিল । নিৰ্বাচনী বিধি উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপি কৰ্মকৰ্তাৰ বিৰূদ্ধে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.