জনজাতিকৰণ তথা স্বায়ত্ব শাসনৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ
()
চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত শিৱসাগৰত চুতীয়া ছাত্ৰ সন্থাৰ জোঁৰ সমদল (Chutia Student Union protest in Sivasagar) । সদৌ শিৱসাগৰ চুতীয়া ছাত্ৰ সন্থাৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই এই প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি মুৰ্দাবাদ, জনজাতিকৰণ লাগিবই আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে (Chutia demands ST status)। জনজাতিকৰণৰ মৰ্যদা নিদিয়ালৈকে আন্দোলনৰ ধাৰাবাহিক অব্যাহত ৰাখিব বুলি হুংকাৰ চুতীয়া ছাত্ৰ সন্থাই ।
Last Updated : Feb 3, 2023, 8:28 PM IST