HSLC result 2023: এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন নৱম স্থান প্ৰাপ্ত বিপাশা শৰ্মাৰ

By

Published : May 23, 2023, 10:24 AM IST

Updated : May 23, 2023, 10:50 AM IST

thumbnail

নলবাৰী, 23 মে’: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম 10 টা স্থানত উজ্বলি উঠিল কেইবাগৰাকীও কৃতি ছাত্ৰ-ছাত্ৰী (HSLC results 2023) ৷ প্ৰথম 10 টা স্থানৰ ভিতৰত নৱম স্থান দখল কৰিবলৈ সক্ষম হ’ল নলবাৰীৰ অসম একাডেমীৰ বিপাশা শৰ্মা (Bipasha Sarma) ৷ কলা শাখাত অধ্যয়ন কৰি ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন কিতাপ পঢ়ি ভাল পোৱা বিপাশাৰ (Assam HSLC 9th position) ৷  

এটা ভাল ফলাফল আশা কৰিছিল যদিও স্থান লাভ কৰিম বুলি ভবা নাছিল বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰে বিপাশা শৰ্মাই ৷ বিদ্যালয়ত পঢ়োৱা সকলোবোৰ ঘৰত খৰচী মাৰি অধ্যয়ন কৰিছিল বিপাশাই ৷ বিপাশাৰ এই ফলাফলত উৎফুল্লিত তেওঁৰ পিতৃ-মাতৃৰ লগতে শিক্ষাগুৰুসকল ৷ 

লগতে পঢ়ক: HSLC exam results 2023: সুদক্ষ চিকিৎসক হোৱাৰ মন দশম স্থান প্ৰাপ্ত ঋতুৰাজ বৰকটকীৰ

Last Updated : May 23, 2023, 10:50 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.