Bhogali Bihu 2023 : ভোগালীৰ বাবে ৰঙিয়াৰ তিল কিনিলে ভৱেশ কলিতাই

By

Published : Jan 12, 2023, 5:32 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

পদূলিমুখত হেঁপাহৰ ভোগালী (Bhogali Bihu 2023) ৷ আগন্তুক ভোগালীৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়াৰ তুলসীবাৰীত বুধবাৰৰ পৰা তিনি দিনীয়াকৈ আয়োজন কৰা হৈছে ভোগালী মেলাৰ (Bhogali mela at Rangia) । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত তথা মহিয়সী মণ্ডল পৰ্যায়ৰ সংগঠনৰ দ্বাৰা আয়োজিত এই মেলাৰ উদ্বোধন কৰে মহকুমাধিপতি জাভিৰ ৰাহুল সুৰেশে । আনহাতে, এই মেলাত উপস্থিত হৈ বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই কিছু সামগ্ৰীও ক্ৰয় কৰে । লগতে মেলাত উপলব্ধ বিবিধ সামগ্ৰী সন্দৰ্ভত উৎপাদনকাৰী মহিলা গোটৰ কৰ্মীসকলৰ সৈতেও মত বিনিময় কৰে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.