মাতৃৰ সন্মুখেৰে চোঁচৰাই লৈ যোৱা হ’ল ভিক্টৰ দাসক, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মাতৃয়ে

By

Published : Sep 10, 2022, 4:35 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

চোৰ-ডকাইতৰ দৰে টানি আজুৰি নিয়াক লৈ ক্ষুন্ন হ’ল ভিক্টৰ দাসৰ মাতৃ (Victor Das mother reaction)৷ মোৰ ল'ৰাই অন্যায় কৰিছে নেকি বুলি প্ৰশ্ন কৰিলে ভিক্টৰৰ মাতৃয়ে ৷ চৰকাৰৰ বিপৰীতে ভিক্টৰ যোৱা নাই বুলি উল্লেখ কৰি প্ৰমাণ অবিহনে ভিক্টৰে এই অভিযোগ উত্থাপন কৰা নাছিল বুলি কয় মাতৃগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীক ন্যায় বিচাৰ কৰিবলৈ আহ্বান জনালে ভিক্টৰ দাসৰ মাতৃয়ে । উল্লেখ্য যে ভিক্টৰ দাসে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰিছিল (Victor Das tweet)। ইয়াৰ পাছতে শুকুৰবাৰে দিনজোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে অভিযোগকাৰী যুৱকজনক (Victor Das arrested)৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.