শুকান ফলেৰে তৈয়াৰ কৰক পুষ্টিকৰ মোদক

By

Published : Aug 26, 2020, 9:46 PM IST

thumbnail

ভাৰতত উৎসৱৰ সৈতে মিঠাইৰ সম্পৰ্ক যেন এক এৰাব নোৱাৰা সম্পৰ্ক ৷ কিন্তু ইয়াৰ সমান্তৰালকৈ আমাৰ দেশত মধুমেহত আক্ৰান্ত লোকৰ সংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৷ তেনেস্থলত আপুনি মোদকত বাদাম, কাজু, খেজুৰ আদিৰ দৰে পুষ্টিকৰ উপকৰণ প্ৰয়োগ কৰিব পাৰে ৷ খেজুৰে মোদকত প্ৰাকৃতিকভাৱে চেনীৰ কাম কৰিব ৷ লগতে এনেবোৰ উপকৰণ ব্যৱহাৰ কৰিলে সেই মোদক ভৰি পৰিব আঁহজাতীয় সামগ্ৰীৰ লগতে ভিন্ন পুষ্টিকৰ উপাদানেৰে ৷ আপুনিও ঘৰতে এই ৰেচিপিৰে মোদক তৈয়াৰ কৰি উৎসৱৰ ভৰপূৰ আনন্দ লাভ কৰক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.