Tribute to Animesh Bhuyan : গোলাঘাটত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

By

Published : Dec 2, 2021, 10:04 AM IST

thumbnail

বুধবাৰে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আছু নেতা অনিমেষ ভূঞাৰ আত্মাৰ সদগতিৰ অৰ্থে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে অনিমেষৰ হত্যাকাণ্ড(Mob lynching in Jorhat)ৰ লগত জড়িত সকলোকে কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাই । গোলাঘাটৰ বিভিন্ন স্তৰৰ জনসাধাৰণে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীৰ যোগেদি চৰকাৰলৈও কেইবাটাও দাবী উত্থাপন কৰে । বিশেষকৈ অনিমেশৰ ভাতৃৰ সংস্থাপন সুনিশ্চিত কৰাৰ লগতে আহত মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয় দত্তৰ উন্নত চিকিৎসাৰ দায়িত্ব চৰকাৰক গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.