Assam Municipal Election Results: গেৰুৱাবাহিনীৰ দখলত বৰপেটাৰোড আৰু সৰভোগ পৌৰসভা

By

Published : Mar 9, 2022, 7:21 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

বুধবাৰে ঘোষিত হ’ল অসম পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল (Municipal Election Results) ৷ ৰাজ্যৰ 80 টা ৱাৰ্ডত অনুষ্ঠিত হোৱা অধিকাংশ ৱাৰ্ডতে জয়ী হৈছে বিজেপিয়ে ৷ বৰপেটা জিলাৰ বৰপেটাৰোড আৰু সৰভোগ পৌৰসভা গৈছে বিজেপিৰ দখললৈ (BJP wins Barpetaroad and Sorbhog municipality Election) ৷ বৰপেটাৰোড পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ১০ টাতে জয়ী হৈছে বিজেপি প্ৰাৰ্থীয়ে ৷ ইফালে বৰপেটাৰোড পৌৰসভাত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু চি পি আই এম দলে মিত্ৰতা স্থাপন কৰি যৌথভাৱে চহৰখনৰ ৬ টাকৈ ৱাৰ্ডত প্ৰতিদ্বন্দীতা কৰিছিল যদিও চৰম মুখ থেকেঁচা খোৱা পৰিলক্ষিত হৈছে ৷ আনহাতে, সৰভোগ পৌৰসভাৰ ৭ টা ৱাৰ্ডত শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টিয়ে ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.