ব্ৰিটিছে নিৰ্মাণ কৰা ভাৰত-তিব্বত সংযোগী পথৰ দুৰাৱস্থা

By

Published : Jul 30, 2021, 7:04 PM IST

thumbnail

বিধ্বস্ত ৰূপ লৈছে ব্ৰিটিছৰ শাসন কালত নিৰ্মিত ভাৰত-তিব্বত সংযোগী পথে । কেইবাটাও স্থানত পথটোৰে যাতায়াত সম্পূৰ্ণকৈ বন্ধ হৈ পৰিছে । কাৰ ভুলৰ বাবে পথটো মেৰামতি কৰা হোৱা নাই । এতিয়া পথটো মেৰামতিৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে কিন্নৌৰ প্ৰশাসনে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.