পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত হাইপ্ৰফাইল নেতাৰ যুঁজ

By

Published : May 5, 2019, 4:00 PM IST

thumbnail

দেশৰ 7 খন ৰাজ্যৰ 51 টা সমষ্টিত সোমবাৰে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷ উত্তৰ প্ৰদেশৰ 14 খন , ৰাজস্থানৰ 12 খন , পশ্চিম বংগ আৰু মধ্যপ্ৰদেশৰ 7 খনকৈ আসনত , বিহাৰৰ 5 খন , ঝাৰখণ্ডৰ 4 খন আৰু জম্মু-কাশ্মীৰৰ দুখন আসনৰ বাবে হ'ব নিৰ্বাচনী যুঁজ ৷পঞ্চম পৰ্যায়ত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং , ৰাজ্যৱৰ্ধন সিং ৰাথোড়,স্মৃতি ইৰাণী ,ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ দৰে নামী দামী নেতা অৱতীৰ্ণ হ'ব নিৰ্বাচনী যুঁজত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.