Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

By

Published : Oct 18, 2020, 2:26 PM IST

thumbnail

18 অক্টোবৰলৈকে সমগ্ৰ বিশ্বত প্ৰায় 3,99,59,269 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে কৰ’ণাত ৷ তাৰ বিপৰীতে মৃত্যুক আঁকোৱালি লৈছে 11,14,633 গৰাকী ব্যক্তিয়ে ৷ আক্ৰান্ত দেশৰ শীৰ্ষ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰই অৱস্থান কৰাৰ বিপৰীতে ভাৰতবৰ্ষ আছে দ্বিতীয় স্থানত ৷ আমেৰিকাত সৰ্বাধিক 83,42,665 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈছে ৷ তদুপৰি মৃত্যুক সাৱটিছে 2,24,282 গৰাকীয়ে ৷ সম্প্ৰতি আক্ৰান্তৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.