ধলাই সমষ্টিত বিজেপি প্রার্থী পৰিমল শুক্লবৈদ্যৰ জয়লাভ

By

Published : May 2, 2021, 10:57 PM IST

thumbnail

আজি অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে ৷ বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটে চৰকাৰৰ দখল কৰাৰ দেখা গৈছে ৷ বৰাক উপত্যাকাত থকা 15 টা বিধানসভা সমষ্টিত বিজেপিয়ে ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে ৷ ধলাই সমষ্টিত অসম চৰকাৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.