দলং ভাঙি ঘাইপথত বাগৰিল আলুভৰ্তি ট্ৰাক

By

Published : Sep 10, 2022, 10:54 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ধেমাজি তেলিজানত দলং ভাঙি ঘাইপথত বাগৰিল আলুভৰ্তি ট্ৰাক (Accident in Dhemaji) ৷ গুৱাহাটীৰ পৰা ধেমাজি অভিমুখে আহি থকা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ তেলিজানৰ দলঙৰ ৰেলিং মহতিয়াই ঘাইপথত বাগৰি পৰে ৷ এই ভয়ংকৰ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালক আৰু হেণ্ডিমেনজনৰ ৷ লগে লগে ঘটনাস্থলীত ধেমাজিৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী উপস্থিত হৈ ঘাইপথটোত দুৰ্ঘটনাৰ ফলত সৃষ্টি হোৱা যান জট নিয়ন্ত্ৰণ কৰে ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.