Firing in Baksa forest: বনগাঁও বনাঞ্চলত বনকৰ্মীৰ গুলীত গুৰুতৰভাৱে আহত খৰিকটীয়া

By

Published : Dec 18, 2022, 6:24 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

বাক্সা জিলাৰ অন্তৰ্গত বাটাবাৰী বন সংমণ্ডলৰ অন্তৰ্গত বনগাঁও বনাঞ্চলত (Bangaon forest area in Baksa) শনিবাৰে গছ কটাৰ অপৰাধত তিনিজন লোকক আটক কৰে বনৰক্ষীয়ে ৷ কিন্তু এজন লোকে পলাবলৈ চেষ্টা কৰাত বন বিভাগৰ লোকে গুলীচালনা কৰে (Firing at Bangaon forest) ৷ বনকৰ্মীৰ গুলীত নিৰ্মল বসুমতাৰী নামৰ লোকজন গুৰুতৰভাৱে আহত হয় (woodcutter injured in firing)৷ গুলীবিদ্ধ নিৰ্মল বসুমতাৰী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ আন দুজন লোক ক্ৰমে ৰাকেশ ইচলাৰী আৰু বিনয় নাৰ্জাৰীক বন বিভাগে চিমলা আৰক্ষী চকীত গতাই দিয়ে ৷ ইতিমধ্যে দুয়োজনকে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.