Dacoit arrest : নগাঁৱৰ কচুৱাত কুখ্যাত ডকাইত গ্ৰেপ্তাৰ

By

Published : Jun 10, 2022, 6:31 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

নগাঁও আৰক্ষীৰ এক বৃহৎ সফলতা । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই থকা এটা কুখ্যাত ডকাইত (Nagaon police arrested dacoit)। গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশা কচুৱাৰ চাংখোলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিলদাৰ হুছেইন নামৰ কুখ্যাত ডকাইতটোক । ডকাইতটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে পাঁচ জাই সজীৱ গুলীৰ লগতে এটা পিষ্টল আৰু এখন তৰোৱাল । জানিব পৰা মতে দিলবাৰ হুছেইনে ইয়াৰপূৰ্বেও ডকাইতি গোচৰত জেললৈ গৈছিল । সম্প্ৰতি নগাঁৱৰ কচুৱা আৰক্ষীয়ে অধিক তথ্য বাবে ডকাইতটোক জেৰা অব্যাহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.