Dillip Saikia reaction: সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলেও কোনো বিধায়কৰ সমষ্টি নোহোৱা নহয়

By

Published : Dec 18, 2022, 2:23 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail
()

সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লেও অসমত বিধানসভাৰ 126 টা আৰু লোকসভাৰ 14 টা সমষ্টিয়ে থাকিব(Assam Legislative Assembly) । সেয়ে কোনো বিধায়ক বা সাংসদৰ সমষ্টি নাইকিয়া হ'ব বুলি কোৱা কথাৰ কোনো ভিত্তি নাই । অসমত এতিয়া 126জন বিধায়ক আৰু 14 জন সাংসদ আছে আৰু ভবিষ্যতেও থাকিব । কেৱল মাথো সমষ্টিৰ ভৌগোলিক পৰিসৰৰ সাল-সলনিহে হ'ব । কমলপুৰত কামিনীকান্ত মালী সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত উপস্থিত থাকি এই মন্তব্য সাংসদ দিলীপ শইকীয়াৰ(MP Dilip Saikia on re-determination of constituency) । চূড়ান্ত খেলখনি অনুষ্ঠিত হয় গুৱাহাটী এফ চি বনাম কামৰূপৰ কমলপুৰ ষ্টাৰ ক্লাৱৰ মাজত । খেলখনৰ নিৰ্ধাৰিত সময়ত 1-0 গ’লৰ ব্যবধানত গুৱাহাটী এফ চিয়ে ফাইনেলত বিজয়ী খিতাপ অৰ্জন কৰে(Final match of football tournament in Kamalpur) ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.