Majuli lakhimpur Bridge : মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে মাজুলী-লখিমপুৰ দলঙৰ নিৰ্মাণকাৰ্য

By

Published : Dec 11, 2022, 3:37 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

দেওবাৰে মাজুলী-লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমটো খুঁটাৰ ভূমি পূজনেৰে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে এই দলংখনৰ নিৰ্মাণকাৰ্য (Majuli Lakhimpur bridge)৷ অসম মালা আঁচনিৰ অধীনত প্ৰায় ৭২৫ কোটি টকাৰে এই দলং দুখন নিৰ্মাণ হ’ব ৷ আনহাতে দুয়োখন দলঙৰ মাজত কানীয়াজনত এটা ৰাষ্ট্ৰীয় পথেৰে সংযোগ হ’ব (National highway at Kaniajan Majuli)। হাৰিয়ানাৰ এছ পি ছিংলা নামৰ কোম্পানীয়ে(SP Singla Constructions Private Limited) এই দলং দুখনৰ আৰু লগতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.