Bhaona staged in Tezpur: তেজপুৰৰ Inspire Academy Senior Secondary School ত মঞ্চস্থ ভাওনা

By

Published : Dec 2, 2022, 2:03 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

নৱ প্ৰজন্মৰ মাজত শংকৰী কলা-সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা তেজপুৰৰ Inspire Academy Senior Secondary School ৰ ৷ সেই উদ্দেশ্যে চতুৰ্থ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ (4th Annual Sports and Literary Meet 2022) লগত সংগতি ৰাখি তেজপুৰৰ এই বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে বৃহস্পতিবাৰে মঞ্চস্থ কৰে “সীতা হৰণ, বালি বধ” শীৰ্ষক ভাওনা (Bhaona staged in Tezpur)৷ সঞ্জীৱ হাজৰিকাৰ পৰিচালনাত সুন্দৰ আলোকসজ্জা, মঞ্চশৈলী তথা গায়ন-বায়নকে ধৰি প্ৰয়োজনীয় আটাইবোৰ ভাওনাৰ উপাদান দাঙি ধৰাৰ প্ৰয়াস কৰে উক্ত বিদ্যাসয়খনে ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.