হিজাব বিতৰ্ক, নিৰ্বাচনৰ কথাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিশেষ সাক্ষাৎকাৰ

By

Published : Feb 22, 2022, 4:52 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

বিজেপি, সমাজবাদী পাৰ্টী, কংগ্ৰেছ আৰু অন্যান্য দলসমূহে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ (UP assembly elections 2022) যোগেদি শাসনৰ মছনদত অধিস্থিত হোৱাৰ বাবে সকলো ৰণকৌশল ইতিমধ্যে অৱলম্বণ কৰিছে ৷ ৰাজ্যখনত ভোটগ্ৰহণৰ তিনিটা পৰ্যায় ইতিমধ্যে সমাপ্ত হোৱাৰ পিছত এতিয়া চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি চলি আছে ৷ কিন্তু এই নিৰ্বাচনী যুঁজত কোনে জনসাধাৰণৰ আস্থা জিকিব, সেয়া এতিয়াও সমুখলৈ আহিবলৈ বাকী আছে । এনে সময়তে ইটিভি ভাৰতৰ উত্তৰ প্ৰদেশৰ ব্যুৰ’ চীফ আলোক ত্ৰিপাঠীয়ে গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিশেষ সাক্ষাৎকাৰ (UP CM Yogi adityanath interview) ৷ চাও আহক কি ক’লে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.