ETV Bharat / state

BREAKING NEWS: গোৰেশ্বৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

author img

By

Published : Sep 7, 2022, 4:52 PM IST

Updated : Sep 7, 2022, 7:18 PM IST

বুধবাৰে তামুলপুৰ জিলাৰ গোৰেশ্বৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Goreswar) ৷ দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে আহত হয় এজন ৷ ইতিমধ্যে আহতজনক গোৰেশ্বৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় (One injured in road accident) ৷

Road accident at Goreswar in Udalguri
গোৰেশ্বৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

তামুলপুৰ, 7 ছেপ্টেম্বৰ: তামুলপুৰৰ গোৰেশ্বৰত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Goreswar)৷ অচিনাক্ত বাহনে এখন বাইকত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় এজন (One killed in Road accident) ৷

গোৰেশ্বৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন

নিহত লোকজন ইছাৰকেম্পৰ জামাল আলী (৪৫) বুলি জানিব পৰা গৈছে ৷ লগতে আহত লোকজনৰ নাম আফজাল আলী(৩০) (One injured in road accident) ৷ প্ৰাপ্ত তথ্য অনুসৰি, খৈৰাবাৰী দিশৰ পৰা বজাৰৰ পৰা আহি থকা অৱস্থাত গোৰেশ্বৰৰ সমীপৰ ৰানা তেল ডিপোত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো ৷

ইতিমধ্যে আহতজনক গোৰেশ্বৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি এই ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: BREAKING NEWS: লংকাত ট্ৰাকৰ চেপাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ, উত্তপ্ত লংকা বজাৰ

Last Updated :Sep 7, 2022, 7:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.